পবিত্ৰ মঞ্চ: আমাৰ "দকচিৰি"
চিন্ময় ডেকা
টংলা, ওদালগুৰি
সময় আহিছে; প্ৰভাতী সূৰুজৰ
নিখুঁত কিৰণ পোহৰৰ
নৱবর্ষৰ ২০২৪ বৰ্ষ.....
কিমান হাবিয়াস, নতুনত্বৰ সঞ্চাৰত
"আমাৰ দকচিৰি"
প্ৰতিজন লিখক ভাতৃত্ববোধ, একাত্মবোধ
হয় যে, পৰিপূৰ্ণ।
একোটি যাৰ মঞ্চ
তেখেত আমাৰ পূজনীয়।
নৱবৰ্ষ বুলি দকচিৰি'লৈ,
জনালোঁ শুভেচ্ছা.....
সৃষ্টিশীল কৰ্মৰাজিৰে এই যাত্ৰা
সফলতাৰ দিশ'লৈ অগ্ৰসৰ হওঁক
মোৰ দৃঢ় বিশ্বাস;
একাজলী মৰম সৌহাৰ্দ্যপূর্ণ আন্তৰিকতা।
"আমাৰ দকচিৰি"
পবিত্ৰ মঞ্চৰ পৰাই জনাইছোঁ,
সকলো'লৈকে নৱবর্ষৰ অলেখ শুভকামনা।


No comments:
Post a Comment