নাৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, December 1, 2023

নাৰী



 নাৰী

অনুপম  শৰ্মা


     গৰাকী নাৰীয়ে আমাক জন্ম  দিয়ে। এগৰাকী নাৰীয়ে আমাক তুলি তালি ডাঙৰ  দীঘল কৰে। সৰুতেই হাতত ধৰি খোজ  কাঢ়িবলৈ এগৰাকী নাৰীয়ে শিকায়। আনকি জীবনৰ কঠিন সময়ত এগৰাকী নাৰীৰ প্ৰেৰণাত আগুৱাই  যাবলৈ সাহস পাও। ইমান খিনি কৰা পিছতো আমি এগৰাকী নাৰী সম্মান  কৰিছো নে বাৰু, নে আমি দমন কৰিব বিচাৰো। তেওলোক ক ভৰিত তলত ৰাখি নিজকে পুৰুষ  বুলি গৌৰৱ। কৰি আহিছো। অকলশৰীয়া  ছোৱালী দেখিলে আমি বেয়া দৃষ্টি য়ে চাও আৰু অশ্লীল  ইংগিত দিও। আনবোৰ কথা বাদ দিও নিজৰ জন্ম  দিয়া মাতৃ লগত কি কৰিছো এবাৰ ভাবি  চোবা ভাল। বৃদ্ধ  বয়সত  বোজা বুলি ভাবি ঘৰৰ পৰা ওলিয়াই  দিও। যি গৰাকীৰ  নাৰী  বুকুত সোমাই সৰুকালত নিজক নিৰাপত্তা অনুভব কৰো, সেই গৰাকী নাৰী কে আমি হত্যা কৰো।  নাৰীক দমন কৰা সকলে এটা কথা মনত ৰখা দৰকাৰ, নাৰী দুৰ্বল নহয়। নাৰীয়ে কৰো বুলিলে সকলো কৰিব পাৰে। নাৰী ধৰ্য্য শক্তিক দুৰ্বল বুলি ভবাটো ভুল। নাৰী দিৱস দিনা ফেচবুক,  টুইটাৰ, ৱাটচাপ  আদিত নাৰীক সম্মান  কৰিলে নহ'ব, অন্তৰৰ পৰা আমি সম্মান  কৰিব লাগিব, তেতিয়া হে আমি এজন  সুনাগৰিক বুলি পৰিচয় পাম...।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages