বিধাতাৰ লিখন
ৰঞ্জিতা ৰাণী বৰা
ৰাহুলে অন্তৰৰ পৰা ৰিয়াক ভাল পোৱা সত্বেও তাই একে গাওঁৰে হোৱা বাবে তাৰ লগত বিয়াত নবহিল। সেই বাবে ৰাহুলে নিৰ্মলাক বিয়া পাতিলে।ৰিয়াই আকৌ আন এখন গাঁৱৰ ভদ্ৰেকান্তৰ লগত বিয়াত বহিল। কিন্তু এটি কণ্যা সন্তান জন্মৰ ছয় মাহৰ পাছত নিৰ্মলাৰ মৃত্যু হৈছিল।
আজি ৰাহুল আৰু নিৰ্মলাৰ বিয়া কাৰণ এবছৰৰ আগতে পগলা কুকুৰে কামুৰাৰ ফলত ভদ্ৰেকান্তৰো মৃত্যু হৈছিল। সেয়েহে আজি সকলোৰে মুখে মুখে,বিধাতাৰ লিখন নহয় খণ্ডন।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৩
No comments:
Post a Comment