সম্ভৱতঃ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 1, 2024

সম্ভৱতঃ

 


সম্ভৱতঃ


               ইলামণি শইকীয়া


বহুদিন মই মৰি আছিলোঁ

আজি অলপ জীৱৰ মন গ’ল৷


বহুদিন মই মোক দেখা নাছিলোঁ

আজি অলপ চাবৰ মন গ’ল৷


বহুদিন মই মোক ঘৃণা কৰি আছিলোঁ

সম্ভৱতঃ  আজি মই মোক ভালপাই পেলালো...


প্ৰেমেহে উভতাই আনিব পাৰে

অবাটে দিয়া খোজক 

বাটৰ পৃথিৱীলৈ


Doksiri দকচিৰি, জানুৱাৰী, ২০২৪

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages