অন্ধকাৰ- প্ৰদীপ
ইলামণি শইকীয়া
কন্যাসন্তান দুটা বংশৰ প্ৰদীপ বুলি সততে কৈ ফুৰা মানুহজনীৰ সিদিনাহে চকু মুকলি হ’ল যিদিনা, সেই প্ৰদীপগছিৰ তীব্ৰ উত্তাপ সহ্য কৰিব নোৱাৰি পুতেকৰ বাবে বৈধব্যৰ সকলো বাধা হেলাৰঙে পাৰ কৰা জীয়েকৰ শাহুৱেকগৰাকী বৃদ্ধাশ্ৰমত আশ্ৰয় ল’ব লগা হ’ল।
Doksiri দকচিৰি, মাৰ্চ, ২০২৪
No comments:
Post a Comment