ভোক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, February 29, 2024

ভোক



 ভোক


ৰেজিয়া চৌধুৰী

গুৱাহাটী

       

  অতদিনে ছাঁ দি থকা বটবৃক্ষজোপা অতৰ্কিতে উঘালি পৰিল। তাইৰ  ভীষণ  চিন্তা ---- তিনিকুৰাকৈ পেটৰ জুই অকলে নুমাই কেনেকৈ -- !  অশেষ প্ৰচেষ্টা-- আজি যদি ইঘৰত কালিলৈ সিঘৰত দিন হাজিৰা কৰি তাই পৰ্যাপ্ত পৰিমানে গোটাব পাৰে নেকি -- ? পূৰ্ণ কৰাৰ দূৰৈৰ কথা জীয়াই থকাৰ বাবেও নহয়গৈ।

      অৱশেষত  অনিচ্ছাসত্ত্বেও তাহাঁতৰ  স্বাৰ্থতে - ইমান দিনৰে পৰা খাপ পাতি  থকা ঠিকাদাৰৰ লোভনীয় দুচকুতে তাই ডুব গ'ল।


Doksiri দকচিৰি, মাৰ্চ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages