এটি নিচাযুক্ত কবিতা
ৰপা গগৈ
তমসা ৰাতি তুমি মেঘ হৈ
এবাৰ গাজি চোৱাচোন
বিজুলী হৈ চমকিয়াম তোমাৰ মনাকাশত……
শিলাবৃষ্টিৰে উপচি পৰিব হৃদয়ৰ পথাৰখনি
পুৱালৈ হৈ পৰিম তুমি মই একাকাৰ
আৰু…..
সকলোৰে বাবে দুয়ো পুৱালৈ সেউজীয়া পথাৰত
এটি নিচাযুক্ত কবিতা…..
Doksiri দকচিৰি, জুন, ২০২৪
No comments:
Post a Comment