সকলোৱে সুখী হ’ব বিচাৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 30, 2024

সকলোৱে সুখী হ’ব বিচাৰে

 


সকলোৱে সুখী হ’ব বিচাৰে


                                                 বিপ্লৱ গোস্বামী


গছজোপাৰ পৰা পুৰণি পাত সৰিলে গছজোপা কষ্ট নাপায়।

চৰাইৰ পাখি সৰিলে ই কেতিয়াও পিছলৈ ঘূৰি নাচায়।

শুকাই যোৱা নদীখনৰ বাবে সাগৰৰ দুখ নাই।

কাৰণ অতীতক ধৰি ৰাখি কোনেও কষ্ট পাব নিবিচাৰে।

বৰ্তমানক লৈ সকলোৱে সুখী হ’ব বিচাৰে।


Doksiri দকচিৰি, জুলাই, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages