বোধ
ভাৰতী বসুমতাৰী
ধেমাজি
(১) বদনাম
বতাহে দৌৰাইছে কথা
আমি চুপ হৈ যোৱাই ভাল
শাম কটালৈ
(২) চলনা
সমস্ত সামৰি সাবটিছিলা
এতিয়া কৈছা উভতি যোৱা
(৩) জীৱন
একপ্ৰকাৰ ভ্ৰম
মানুহবোৰ অন্ধ
পিপাসাৰ্ত
(৪) বান
তই শাওণেই নে
নৈৰ উন্মাদন
(৫) এন্ধাৰ
ৰঙহীন
পোহৰ সমাধি।
Doksiri দকচিৰি, আগষ্ট, ২০২৪
No comments:
Post a Comment