আহিন- আলাপ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

আহিন- আলাপ

 


আহিন- আলাপ


                             ইলামণি শইকীয়া


গাঁৱৰ ধূলিয়ৰী বাটত এতিয়া আহিন সৰিছে

শুকুলা শোক  এটা বুকুৱেদি উজাই আহিছে

বহুদিন মই কোনো মাটিৰ মানুহৰ উচ্ছল উছৱত একাত্ম হোৱা নাই।

ক’ৰবাত আছে নেকি শেৱালিৰ গোন্ধ উশাহত টানি  গেঁৰমেলা পথাৰখনত বিয়পি পৰা সুৰ এটি….


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages