সংকল্প
স্বপ্নশিখা চুতীয়া
গোগামুখ
বতাহ জাক বৰকৈ বলিছে। অফিচৰ পৰা বৰ খৰখোজেৰে আশা ঘৰ অভিমুখে যাবলৈ ধৰিলে। তাইক আজি বচে অফিচত কৰা অপমানৰ কথাই তাইক বৰকৈ আমনি কৰিছিল।
তাই সংকল্প ল’লে যে আশাৰ জীৱনৰ সকলো অতীত পাহৰি এটি সুন্দৰ ভৱিষ্যতৰ দিশে আগবাঢ়ি যাবলৈ।
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৪
No comments:
Post a Comment