শৰবিদ্ধ হৃদয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

শৰবিদ্ধ হৃদয়

 

শৰবিদ্ধ হৃদয়


ৰেজিয়া চৌধুৰী 

গুৱাহাটী


…..অনিন্দিতাৰ ওভতনিৰ পথত….

প্ৰেমৰ প্ৰতীক্ষাতে ৰক্তিম ৰঞ্জন প্ৰতিনিয়ত নিচাসক্ত  হৈ পৰে...........!


......তাৰ নিষ্প্ৰভ হৈ পৰা জীৱনটোৰ প্ৰতি অনিন্দিতাৰ বান্ধৱী নীলাক্ষীৰ মনত খুবেই সহানুভূতি জাগিল..........!


.....ছলনাময়ী অনিন্দিতাই.....ৰক্তিম ৰঞ্জনৰ বুকুলৈ মাৰা শৰপাতত.......শৰবিদ্ধত তাৰ হৃদয় ক্ষত-বিক্ষত হৈ পৰিল .......!


...........নীলাক্ষীয়ে আক’.... সেই একেপাত প্ৰেমৰ শৰ মাৰি......কটা ঘাত মলম ঘঁহি......ৰক্তিম ৰঞ্জনক নিচাসক্তৰ পৰা পুনৰুজ্জীৱিত কৰি, তাৰ হৃদয়ত পুনঃঅনুৰাগ জগাই স্থায়ী ঠিকনাৰে হৃদয়ত ঘৰ কৰি ল’লে......!


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages