প্ৰদূষণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 30, 2024

প্ৰদূষণ

 প্ৰদূষণ


স্বপ্নশিখা চুতীয়া

গোগামুখ


   মেন খু়ড়া উশাহ লওঁতে কষ্ট পাই আছে। চিকিৎসকে ক’লে ধুলি বালিৰে আকাশখন প্ৰদূষণ কৰি পেলাইছে। অক্সিজেনৰ অভাৱ হৈছে গছ-গছনি, পাহাৰ বোৰ কাটি কংক্রিটৰ ঘৰ বনাইছে, য’তে ত’তে বনিক শ্রেণীয়ে ইটা ভাটা বনাইছে। প্লাষ্টিক ব্যৱহাৰে গোটেই আকাশ খন প্ৰদূষণ কৰি পেলাইছে। প্ৰদূষণৰ ফলত উশাহৰ কষ্ট হৈছে।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages