ৰদালি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

ৰদালি



 ৰ'দালি


                ৰাজলক্ষ্মী বৰঠাকুৰ

                              দেৰগাঁও


আন্ধাৰ বিনাশি

পুৱাৰ সূৰুযে

ভুমুকি মাৰিলে,

আগ চোতালৰ

দুৱৰি দৰাত

পৰি ৰোৱা 

নিয়ৰ কণাত

সোণবৰণীয়া ৰ’দ জাক পৰি 

মুকুতা মালা হৈ

জিলিকি উঠিছে।

শীতেৰে সেমেকাই

ৰখা‌ মনটো 

পুৱাৰ ৰদ‌ জাকে 

ফৰকাল‌ কৰি তুলিছে

কাঁচিয়লি ৰদত বহি 

আইতাই নাতি-নাতিনীৰ লগত 

সাধুকথাৰ পোহাৰ মেলিছে।


Doksiri দকচিৰি, মে, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages