দুৰ্ভগীয়া প্ৰেমিক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

দুৰ্ভগীয়া প্ৰেমিক

 


দুৰ্ভগীয়া প্ৰেমিক 


                               নৰেন নৰহ


দেহটিক কোনোবাই

ভোগ‍‌‌-দখল কৰিলেও

আমৰণ মনে-প্ৰাণে

তোমাৰেই হওঁ


একেখন শয্যাত বিমৰ্ষ ৰজনীত

কোনোবাই কাষতে শয়ন কৰিলেও 

বাৰে বাৰে সপোনত

তোমাকেই সাৱটি লওঁ


এই দুৰ্ভগীয়া প্ৰেমিকৰ

ইমানখিনিয়েই

মাথোন অধিকাৰ

এইটো জনমত।


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages