প্ৰাচীৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, July 31, 2025

প্ৰাচীৰ

 


প্ৰাচীৰ


জুনুকা পাঠক

বৰপেটা


সম্পৰ্কত যদি গৰ্ভৰ উৰ্বৰতা প্ৰাচীৰ হয় ?


বছ ! সি ক’লে,তই গুছি আহিলি। অধিকাৰ আইনগত ব্যবস্থা।


অধিকাৰক লৈ যুঁজিলে এইকণ সুখ ক’ত পালো হয়। 


জিয়ামনে  বুকুখন ওপৰলৈ  দাঙি কলকলাই  উঠিল।


 অনাথ শিশু সকলে  জন্ম দিনৰ শুভেচ্ছা জনালে।

 

এই দিনটো তাইক অনাথ আশ্ৰম খনে দিছিল।


Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages