ভাড়াঘৰ
শোণিত বৰঠাকুৰ
বৈদাটুপ, নগাঁও
আছে মোৰ এক ভাড়াঘৰ নাই কোনো তাত ভিন-পব মোৰ আছে এক ভাড়াঘৰ
নাই কোনো ভাড়াতীয়া তাত বতাহৰো খোজনীয়া মই মোবো আছে ভাড়াঘৰ এক
তাত পিছে কোনো নাই মোৰ অলপো দুখ নাই মই থাকো অকলশৰে সঙ্গৰ কোনো সন্ধান নাই
কাৰ বাৰু ঘৰ সেইয়া কোন থাকে কেতিয়াৰ পৰা ভাড়াঘৰ মোৰ আগৰে পৰা সেইয়াও যে উদংঘৰ
নাই কোৱা আচল কথা মইও যে ভাই বাটকরা আছে মোবো এখন ঘৰ সেইয়াই যে ভাড়াঘৰ
নাই কোনো পাওনা দিবলৈও ও বাকী নাই থাকো মই অকলশৰে নিজৰ কথা নিজকে কৈ
নাই বাকী ভাড়াও নাই মই পিছে থাকো তাত উদং যে ভাড়াঘৰ সেইয়াই পিছে মোৰ ঘৰ
Doksiri দকচিৰি, জুলাই, ২০২৫
No comments:
Post a Comment