হঠাৎ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

হঠাৎ

 


হঠাৎ


             বেঞ্জামিন কামান


চকুত চাট মাৰি ধৰা এচেৰেঙা ৰ’দ

হঠাতে নামি আহিল কৰবাৰ পৰা


কেওফালে চালোঁ 

একোৱেই নেদেখিলোঁ

কুঁৱলীৰ মাজে মাজে

এছাটি শীতল বতাহ হে পালোঁ


হঠাৎ

এচেৰেঙা ৰ’দ

যোৱাৰ বাটত।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages