ৰান্ধনিৰ হাঁহি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

ৰান্ধনিৰ হাঁহি


 ৰান্ধনিৰ হাঁহি 


                    অম্লান পাংগিং

                         চৰাইদেউ 


এজোপা অমিতা পুলি আনি 

বাৰীৰ চুকত ৰোৱা

ৰান্ধনিৰ স্বপ্ন!


প্ৰত্যেকদিনাই 

আলহী-অতিথিক মাতি 

এসাঁজ ৰান্ধি খুওৱা 

ৰান্ধনিৰ চকুলো!


স্বাদ আৰু তৃপ্তি

ৰান্ধনিৰ ভাগ্য!


এজোপা অমিতা পুলিৰ জীৱন 

ৰান্ধনিৰ হাঁহি!


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages