কুকুৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, April 30, 2026

কুকুৰ

 

কুকুৰ


নৱজ্যোতি বৰ্মন

বৰতলা, নলবাৰী


ৰাস্তাৰে গতি কৰিলে বিলাসী গাড়ীখন। এটি সম্ভ্ৰান্ত পৰিয়াল। লগতে গাড়ীখনৰ ভিতৰত এটি বিলাতী কুকুৰ। গৈ থাকিল গাড়ীখন।

   ৰাস্তাৰ দুয়োকাষে ৰ লাগি চাই ৰ’ল আন কুকুৰাবোৰে। ছাল চিগা উখহি যোৱা চেপেটা পেটৰ কুকুৰ। গাড়ীখনৰ খিৰিকীৰে জুমি জুমি প্ৰত্যক্ষ কৰি থাকিল বিলাতী কুকুৰটোৱে বাহিৰৰ পৃথিৱীখন।


Doksiri দকচিৰি, মে, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages