অনুভৱ
প্ৰণৱ শৰ্মা
গুৱাহাটী
আৱেগবোৰচোন ক’ৰবাৰ দূৰ দিগন্তলৈ
নীৰৱে আগবাঢ়ে আৰু আঘবাঢ়ে
ক্ষোভ আৰু দুখবোৰ,
বাৰুকৈয়ে জীপাল হয়
কলিজাখনিৰ প্ৰতিটো উশাহতে
আশা, সপোনবোৰো যেন
মদাৰৰ ফুল হৈ ফুলে
আৰু অনুভৱবোৰচোন এতিয়া
মোৰ অনুভৱৰ স’তে
Doksiri দকচিৰি, জুলাই, ২০২৬
অনুভৱ
প্ৰণৱ শৰ্মা
গুৱাহাটী
আৱেগবোৰচোন ক’ৰবাৰ দূৰ দিগন্তলৈ
নীৰৱে আগবাঢ়ে আৰু আঘবাঢ়ে
ক্ষোভ আৰু দুখবোৰ,
বাৰুকৈয়ে জীপাল হয়
কলিজাখনিৰ প্ৰতিটো উশাহতে
আশা, সপোনবোৰো যেন
মদাৰৰ ফুল হৈ ফুলে
আৰু অনুভৱবোৰচোন এতিয়া
মোৰ অনুভৱৰ স’তে
Doksiri দকচিৰি, জুলাই, ২০২৬
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment