বিষাদ
অদিতি শইকীয়া
ডিব্ৰুগড়
আবেলিৰ বেলি হ'ল তোমাৰ হাঁহি,
ছাঁইবৰণীয়া আকাশ মোৰ দুচকু,
সৰাপাতৰ বুকুত আমাৰ সপোন।
Doksiri দকচিৰি, জুলাই, ২০২৬
বিষাদ
অদিতি শইকীয়া
ডিব্ৰুগড়
আবেলিৰ বেলি হ'ল তোমাৰ হাঁহি,
ছাঁইবৰণীয়া আকাশ মোৰ দুচকু,
সৰাপাতৰ বুকুত আমাৰ সপোন।
Doksiri দকচিৰি, জুলাই, ২০২৬
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment