তুমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

তুমি

 


তুমি


           লিলি দলে পেগু 


তুমি যি বাটেৰে যোৱা 

মই এই বাটেদি 

নদী হৈ বৈ যাম,

তুমি ঢৌ হৈ

ঘূৰি আহিবা,

মই সুঁতি হৈ ৰৈ থাকিম।

তুমি যি গানেই গোৱা 

মই এই গানৰ সুৰ লৈ

আৰু এটা প্ৰেমৰ গান ৰচিম

তোমাৰ মোৰ ঠিকনা বিচাৰি।

তুমি মোৰ তেজৰ কণিকা 

তুমি মোৰ চকুৰ মণি 

তুমি মোৰ হ্নদয়ৰ স্পন্দন 

এয়াই মই ভাবো......

তুমিয়েই মোৰ জীৱন।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages