প্ৰেম সুগন্ধি কুসুম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

প্ৰেম সুগন্ধি কুসুম

 

প্ৰেম সুগন্ধি কুসুম


                               ৰুমী কলিতা দত্ত

                                ধমন, ডিব্ৰুগড়


প্ৰেম এপাহ সুগন্ধি কুসুম

মন মতলীয়া হৈ সঞ্চাৰিত হয় প্ৰাণ

সৰু সৰু সপোনে সৃষ্টি কৰে

ৰান্ধনী বেলিৰো কবিতাৰ ডায়েৰী!


ব্যাকুলতাৰ পৰিধি বিচাৰি

সপোনৰ বাটকটীয়া ছবিবোৰে

কলিজাৰ সাকোঁত জোনাকৰ খিৰিকী খোলে। 

আত্মাৰ বিননি কোনে শুনে ?


মনুষ্যৰ অনুৰাগে খিলখিলাই

বনফুল হৈ ফুলি থাকে

পলসুৱা চেতনা বুকুতে লৈ

ময়ুৰৰ দৰে পেখম ধৰে ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages