শূন্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

শূন্য

 

শূন্য


                  নৱজ্যোতি বৰ্মন 

                বৰতলা, নলবাৰী


শূন্যৰ উপত্যকাত এভূমুকি।


শূন্যই কলে

ইয়াত দুখৰ বিন্দু,

যোৱা ঘূৰি চোৱা এপাক

মোৰ পৰিধিত।


ঘুৰিলোঁ। 


কি পালা এতিয়া ?

- আকৌ দুখৰ ঠিকনা।


কাৰণ মই যে শূন্য।


Doksiri দকচিৰি, জুলাই, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages