কবিতাৰ কথাৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

কবিতাৰ কথাৰে

 

কবিতাৰ কথাৰে


                          তিলক ডেকা

               নাৰেংগী গুৱাহাটী-২৬


আজি নিলিখো কবিতা 


অভিমানৰ বাটচ’ৰাত বহি

খুলি নিদিও 

মনৰ জপনা !


পালেও পাম যন্ত্ৰণা !


শুনিম বুলি ৰৈ আছো

তোমাৰ গালি-গঞ্জনা !


আজি নিলিখো কবিতা !


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages