জন্মদাত্ৰী আই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, June 30, 2026

জন্মদাত্ৰী আই

 

জন্মদাত্ৰী আই


                       ৰাজদ্বীপ মৰাং 

            নাৰায়ণপুৰ, লখিমপুৰ


“ভাষাৰে বুজাব নোৱাৰা এটি সুকোমল শব্দ - আই”

যিয়ে নিজে নাখাই সন্তানক খুৱাই।


যিয়ে বোকা-কেঁচা নাভাবি,  

সন্তানৰ বাবেই এমুঠি আজলী আনে।


কেতিয়াও আইৰ ঋণ শুজিব নোৱাৰোঁ,  

সন্তানৰ বাবে আই মানেই এখন শুৱনি ধৰা।

আইক শ্ৰদ্ধা ভক্তি কৰাই

আমাৰ বাবে স্বৰ্গৰ দুৱাৰ।


Doksiri দকচিৰি, জুলাই, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages