দুখৰ সংজ্ঞা
✍️অনুপ টায়ে
শিৱসাগৰ
দুখৰ সংজ্ঞা তেতিয়াই বুজি উঠিছিলো যেতিয়া দুপৰ নিশা আইৰ হুমুনিয়াহ আৰু উচুপনিবোৰ কাণত পৰিছিল । কিয়নো, পিতাই দি থৈ যোৱা আইৰ উকা কপাল আৰু বগা বস্ত্ৰই সুখৰ সন্ধানৰ পথ বন্ধ কৰি দুখৰ বাট মুকলি কৰি দিছিল ।
No comments:
Post a Comment