দৃঢ়মনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 13, 2021

দৃঢ়মনা

 দৃঢ়মনা

অঞ্জুমণি দত্ত

চিৰিং চাপৰি , ডিব্ৰুগড়


    


    সকলোৰে অৱহেলা আৰু কটাক্ষক আওকাণ কৰি অপ্ৰতিৰোধ্য কৰি তোলা ভৰি দুখনৰ জৰিয়তে আজি তাইৰ নাম সকলোৰে চিনাকি ।


     ডিঙিৰপৰা ওলমি বুকুত জিলিকি ৰোৱা সোণৰ পদকটো প্ৰাপ্তিলৈকে পথচোৱাত সন্মুখীন হোৱা প্ৰত্যাহ্বান কেনে আছিল বুলি সোধা প্ৰশ্নটোত তাইৰ লগতে মাক দেউতাক দুয়োজনৰে ভূমিকা সমভাৱে পালন কৰা মানুহগৰাকীও মুক হৈ পৰিছিল । কিয়নো ......


    প্ৰত্যাহ্বান সেই তেতিয়াৰ পৰাই আৰম্ভ হৈছিল যিদিনা জৰায়ুত প্ৰবেশ কৰাৰ দৌৰত Y ক্ৰমজমসমূহক পিছ পেলাই তাই থিতাপি লোৱাৰ খবৰটো দেউতাকৰ কাণত পৰিছিল। 

    


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages