এই কথাষাৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, August 13, 2021

এই কথাষাৰ

 এই কথাষাৰ

                চেনিমাই পলেং

               গুৱাহাটী বিশ্ববিদ্যালয়




এই কথাষাৰ

কিয় বাৰু কবলৈ

ইমান লাজ ভয়

এই কথাষাৰ

কম বুলিও কব নোৱাৰো

কিয় বাৰু লাগে ইমান ভয়

এই কথাষাৰ

ধূলিয়াৰি বাটেৰে ধূসৰ হৈ যায়

জৰ্জৰিত মনৰ বেদনা হৈ....

কম বুলি ভাবিলে কপি উঠে বুকু

কি কৰো কি নকৰোঁ হায়

এই কথাষাৰ

অন্তহীন সাগৰৰ দৰে

ঢুকি নোপোৱা আকাশৰ দৰে

এই কথাষাৰ

দুখৰ বেদনা হৈ উচুপি উঠে।



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages