চুমা-২
ৰুনাল্ডো টাইদ
(ৰূপ অধ্যাপকৰ হাতত বহুতো মৰমেৰে)
যি কবিতা কলমেৰে লিখিব নোৱাৰি, সেই কবিতা এটা এটা চুমাৰে লিখিব পাৰি
বন্দুক আৰু বেয়নেটেৰে জিনিব নোৱাৰা হৃদয়বোৰ
এটা তপত চুমাৰে জিনিব পাৰি
পৃথিৱীত এনে এটা প্ৰেমৰ কাহিনী নাই
যি কাহিনীত নাছিল চুমা
ৰাধা- কৃষ্ণ, পেৰিছ- হেলেন
নেহেৰু - এডৱিনা মাউন্টবেটেন :
কিমান যে বৈ আছিল চুমাৰ এখন নেদেখা নৈ!
ফোনঃ 86388 14629
No comments:
Post a Comment