বসন্ত-২ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

বসন্ত-২

 



বসন্ত-২

          টম মেদক



মহানগৰীত যেতিয়া ঋতুৰ ফুল নাই

বেলিৰ ফুল নাই , বনৰীয়া প্ৰকৃতিৰ ফুলো নাই


আছে যদি কেৱল জীৱন্ত হৈ প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰতিমূৰ্তি


আৰু অলিম্পিক প্ৰতিকী আৰ্হিৰে গুৱাহাটীৰ পাহাৰ


বসন্ত নাথাকিলেও আছে নাৰ্ছাৰীৰ ফুলেৰে ভৰা বাৰ মাহ


পাঠক নাথাকিলেও আছে কবিৰ জয়জয়কাৰ




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages