অপেক্ষা!
লহৰজ্যোতি মৰাণ
কাকপথাৰ (উৱন)
ব্যৰ্থভৰা এই জীৱন
ভাৰাক্ৰান্ত হৈ পৰিছো,
বাবে বাৰ তোমাৰ বাবে!
অতীতৰ ব্যৰ্থলিত
সেই বিৰহবোৰে,
আমনি কৰিব ধৰিছে মোক!
জীৱন যুঁজত বাৰে বাৰ
ঢকা খাইছো,
ভাগৰা নাই নাভাগৰো!
নাজানো জীৱনৰ শেষ
সফল সমাপ্তি,
ক'ত!
তথাপিওঁ তোমাৰ বাবে
বাৰে বাৰ কৰিছো,
অপেক্ষা মাথোঁ অপেক্ষা!
No comments:
Post a Comment