বানে আনে দুখৰ জাননী
চিন্ময় ডেকা
টংলা ওদালগুৰি
জীৱকুল-পক্ষীকুল
ভয়াৱহ গৰাহত
পাহাৰ-ভৈয়ামৰ পৰা
নিগৰি আহে,
বানৰ প্ৰবাল সোঁত
"বানে আনে দুখৰ জাননী
গৃহহীন হয়.....
সহস্রাধিক নৰ-নাৰী।"
নৈ' দাঁতিকাষৰীয়া লোকৰ
অজস্র আলৈ-আথানি।
জীৱকুলৰ নাই......
অকণো ভৰষা।
খাদ্য, বিশুদ্ধ পানীৰ সংকট
বিৰাজ কৰিছে জীৱনত
ভৰ বাৰিষাৰ কালত
ক্ৰমশঃ
বানে আনে দুখৰ জাননী,
হওঁ আৰ্তজনৰ সৈতে আমি সমভাগী।
দূৰভাষ:-৬০০২৬৬৬৫৯৩
No comments:
Post a Comment