আপদীয়া জিভা
লাৱণ্য ৰাণু ফুকন
উত্তৰ লখিমপুৰ
মীনু, কলৈ যাৱ বিহু নাচিবলৈ যোৱাৰ দৰে, বিহু গ'ল, এতিয়া খেতিত নামিবৰ হ'ল।
"অ'বাইদেউ বিহু বিচাৰক কৰিবলৈ যাওঁ!"কি,আজি পহিলা জেঠ,থ,থ হেৰৌ!
তই যে পিন্ধিছ মেখেলা-ৰিহাযোৰ মুগাৰ নে টচৰ বাৰু!,ডবুৱা কেচ বাচি তাঁত বব জান!মুগা পলুৱে কি গছৰ পাত খাই পকে বাৰু! বৰ্হমথুৰি চিনি পাৱ,গগনা , সুতুলী বজাব জান! তই দেখোন বোবা!একো নাজান!
তহঁতৰ নিচিনাবোৰেই অসমীয়া জাতি- সংস্কৃতি অধ:পতনে নিয়াইছ!(লাজ দিলো বাপ্পেকে)


No comments:
Post a Comment