আঙুলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

আঙুলি

 


আঙুলি

বনশ্ৰী চৌধুৰী

নলবাৰী


মানুহৰ পাঁচটা 

আঙুলি যিদৰে সমান নহয় 

চিন্তাধাৰাও বেলেগ 

প্ৰতিটো চিন্তাৰ 

আঁৰত লুকাই থাকে 

মানুহৰ নিজা নিজা দৰ্শন ...


দৰ্শনেৰে যুক্তিযুক্ত হৈ 

বহুত সমস্যাৰে জৰ্জিত 

সৰ্বহাৰা মানুহ .......


সৰ্বহাৰা মানুহ 

সাজু হোৱা 

যুদ্ধলৈ 

প্ৰত্যেকটো আঙুলিৰ 

যিদৰে বেলেগ বেলেগ 

কাম ,

সৰ্বহাৰা মানুহৰো 

কৰ্ম বেলেগ বেলেগ ....


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages