তোমাৰ বাবে
চন্দ্রিকা দলে
অন্তৰৰ কোনোবা কোণত উমি উমি জ্বলি থকা জুইকুৰা জ্বলাবলৈ মোৰো মন নাযায় জানা,
কিন্তু হঠাৎ কেতিয়াবা কোনোবা অজান দেশৰ বতাহৰ স্পর্শত সেই জুইকুৰা আকৌ
জ্বলিবলৈ ধৰে ।
মোৰ অভিমানী দুচকুৰ মৰমবোৰ তুমি বুজি পোৱা হ'লে মই এইদৰে মিছা হাঁহিৰ আৱৰনখন আৰি ল'ব লগা নহ'লহেতেন....
তুমি এবাৰো বুজিবলৈ চেষ্টা নকৰিলা মোৰ হৃদয়ৰ অনুকম্পা কিমান....
যি গ'লা এবাৰো উভতি নাচালা মই তোমাৰ অবিহনে কেনেকৈ
জীয়াই আছো....
তুমি মোক কেতিয়াও বুজি নাপাবা হয়তো পৃথিবীৰ পৰা বিদায় লোৱাৰ আগমুহূর্তলৈকে.....
ঠিকনা:-মাজুলী,নয়াবজাৰ
ফোনঃ ৯১০১০৬৬৬৩৬
No comments:
Post a Comment