সুখৰ বৰ্তমান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

সুখৰ বৰ্তমান

 


সুখৰ বৰ্তমান

দীপিকা ফুকন

গোলাঘাট

           


বৰ্তমানলৈ চোৱা

যি তোমালৈ চাব


বৰ্তমানৰ সতে মিলি যোৱা

যি তোমাৰ সতে মিলি যাব


বৰ্তমানক আকোঁৱালি লোৱা

যি তোমাক আকোঁৱালি লব


বৰ্তমানক সজোৱা হাঁহিৰে

ই সুখৰ আকৰ হৈ ধৰা দিব


বৰ্তমানক সজোৱা ৰং তুলিকাৰে

যি সুখময় পৃথিৱী দিব


বৰ্তমানৰ পূৰ্ণতাৰ সতে

ৰিজাই চোৱা অতীতক

ক্লেদময় শূন্যতাৰ বাদে

একো নাথাকিব


সমুখলৈ এবাৰ চোৱা

আছে বিদ্যমান

সুখৰ বৰ্তমান।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages