শিল্পী বিপ্লৱীৰ সান্নিধ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

শিল্পী বিপ্লৱীৰ সান্নিধ্য

 


শিল্পী বিপ্লৱীৰ সান্নিধ্য

নিজৰা দাস

হৰিশিঙা, ওদালগুৰি


বহুধা বিভক্ত এটি উজ্জ্বল নক্ষত্ৰ

কিহেৰে পুঁজিম তোমাক,

কিহেৰে আদৰিম তোমাক,

সুৰকাৰ গীতিকাৰ নাট্যকাৰ,  অভিনেতা, 

গল্পকাৰ,শিল্পী ,সুন্দৰৰ পূজাৰী

আৰু কলাৰ গুৰু বুলিও পুঁজিম।

এহাতত কলম আৰু এহাতত ষ্টেনগান লৈ

জাতিৰ মুকুতিৰ বাবে

নিজক বিলাই ফুৰা বিপ্লৱী তেওঁ।

১৯ শতিকাৰ অসমক

বিপ্লৱেৰে সজাই তোলা 

এক শিল্পী মনৰ বিপ্লৱী।

কালৰাত্ৰিৰ বুকুতেই প্ৰভাতৰ

হেঙুলি আভাৰ কিৰণ হৈ 

আজিও উজলি উঠে,

সমন্বয়ৰ প্ৰতীক বিষ্ণু ৰাভাৰ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages