নিলাজী বন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

নিলাজী বন

 



নিলাজী বন

লক্ষী প্ৰসাদ ৰেগন


এই যে নিলাজী বন। কাৰোবাৰ অপেক্ষাত থাকে পৰি

অকণ মোক চুই দিয়া

মই তোমাক যাদু দেখুৱাম

আৰু আমি

চুই চাওঁ বিনা সংকোচে। বাঃ কি চমৎকাৰ


মোৰ উদাস বুকুতো

লতা বগাইছিল ঠাল ঠেঙুলিবোৰ আছিল কোমল

টোপনিত বুৰ গৈছিলোঁ। আশাতীত ভাবে

এয়া আন কোনো নাছিল

আয়ে লতা হৈ বগাইছিল

আজি গৌৰাবান্বিত মই। মোৰো এগৰাকী আই আছিল

বাৰে বাৰে মোক

নিলাজী বনৰ দৰে চুই চাইছিল


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages