শাৰদীয়: দূৰ্গা মা' - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

শাৰদীয়: দূৰ্গা মা'


শাৰদীয়: দূৰ্গা মা'

চিন্ময় ডেকা

জলাহ টংলা, ওদালগুৰি



শাৰদী তুমি ৰাণী 

দূৰ্গতি নাশিনী

দূর্গা মা'

স্বাগতম.......

আমাৰ পূণ্য ভূমিত।

আহা তুমি মা'

অপায়-অমঙ্গল নাশ কৰি,

দিয়াহি পূৰাই।

হে দূৰ্গা মা'.......

থৌকি-বাথৌ মন আজি,

ঘোৰাঁৰ বাহনত আহিছা তুমি।

চেঁকুৰি নি'বা,নেকি আমাৰ সংস্কৃতি;

অপায় অমংগল বিনাশ কৰি

আজি চতুৰ্দিশে উৎফুল্লিত।

জানোঁছা শৰৎৰ সুবাসত প্ৰকৃতিৰ পৰশেৰে,

আহা আগবাঢ়ি, 

হে' দূৰ্গা মা'............

শাৰদীয় ৰাণী তুমি দূৰ্গতি নাশিনী, 

সশ্ৰদ্ধে : স্বাগতম : স্বাগতম : স্বাগতম।




দূৰভাষ:-৬০০২৬৬৬৫৯৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages