অনুভৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

অনুভৱ


অনুভৱ

নিৰ্জুলতা মিলি

ফুলনি, মাজুলী



অনুভৱ, এটি ভাল লগা মিঠা মিঠা

যাক আমি অনুভৱ কৰিয়েই 

অনুভৱৰ সপোনত সোমাই পৰো।।

মিঠা মিঠা অনুভৱ, স্মৃতিৰ শলিতা জ্বলাই, ভাৱত বিভোৰ কৰে।।

অনুভৱৰ প্ৰতিটো পল,

কিবা কথা অনুভৱ কৰিয়েই ভাল লাগে!!

এই অনুভৱৰ ক্ষণত এছাটি কোমল বতাহেও উৰুৱাব নোৱাৰে।



ফোনঃ ৬০০২৬৮৬২৩১


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages