আই ক'ত নাই
বিউটি পেগু
জন্ম হৈয়ে মাকৰ মৰমৰ পৰা বঞ্চিত মায়াক নি:সন্তান দম্পতী হালে যেতিয়া তুলি ডাঙৰ দীঘল কৰি সমাজত প্রতিষ্ঠিত কৰিলে তেতিয়া তাই ভাবিবলৈ বাধ্য হ'ল আই সকলোতে আছে |
সংগ
বৃদ্ধ বয়সত অকলশৰীয়া জীৱন যাপন কৰা বৰুৱাৰ পুতেকে সংগ এটা হওক বুলি চুবুৰীৰ অকলশৰীয়া ভূঞা খুড়ীক বাপেকৰ লগত লগ লগাই দিলে |


No comments:
Post a Comment