তুমি জানো অনুভৱ কৰিব পাৰিবা? - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

তুমি জানো অনুভৱ কৰিব পাৰিবা?


তুমি জানো অনুভৱ কৰিব পাৰিবা ? 

লহৰজ্যোতি মৰাণ

কাকপথাৰ



তোমাৰ পৰশে উতলা মন

আজি বৰকৈ সেমেকি 

যাবলৈ ধৰিছে, 

মোৰ মন। 

যৌৱন পৰশে আহি 

মোক আকৌ হাত-বাউলি দি

 আমনি কৰিছেহি,, 

কিয় জানো নীৰৱতাৰ 

সীমাবদ্ধতাক মই

বাধা দি ৰাখিব পৰা নাই,, 

তোমাৰ শূন্য পৰিধিত

উতলা মন মোৰ। 

আজিও সাবিয়াস 

কৰি ফুৰিছোঁ। 

স্মৃতি এসাগৰত দূব যাব 

মোৰ এই সপোনবোৰ

তুমি জানো অনুভৱ কৰিব পাৰিবা।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages