তুমি নহাৰ বাটেৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, October 4, 2022

তুমি নহাৰ বাটেৰে

 


তুমি নহাৰ বাটেৰে

                          সুনীল পায়েং


তুমি নহাৰ বাটেৰে 

তোমাক আৰু বিচাৰি নাযাও

এতিয়া মোৰ বাট সুকীয়া,

কুঁৱলীৰ আৱৰণ ফালি

এচমকা ৰ'দে আহি

মোৰ চকুত খেলিল, 

নিৰৱ, নিৰাশ, উন্মাদিনী পথচাৰী মই

সেই সন্মোহিত ৰ'দৰ বাটেৰে

নিশব্দে আগবাঢ়িলো

এখোজ, দুখোজকৈ


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages