মৃত্যু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

মৃত্যু



 মৃত্যু

সুৰজিৎ ভূঞাঁ



মৃত্যু জীৱনৰ বাস্তৱ

যদিহে সেই মৃত্যু

হয় পাৰিজাত ফুলৰ সম‍্য ।


যদিহে সেই মৃত্যু হয়

দেশৰ অথবা সমাজৰ

হিতে হয় স্মৰণীয় ।


যদিহে সেই মৃত্যু হয়

দহৰ জীৱনৰ

বাবে হয় ক্ষতিকাৰক

নেলাগে মোক সেই মৃত্যু !


দেশৰ অৰ্থে,ৰাজ্যৰ অৰ্থে

জননীৰ অৰ্থে

হওঁক মোৰ মৃত্যু

নকৰোঁ অকণো সংকোচ 

যদিহে সেই মৃত্যু 

হয় পাৰিজাত ফুলৰ সম‍্য ।


মৃত্যু বাস্তৱ 

মৃত্যু অসহনীয় ।।





ঠিকনা:- মেটুৱাকুছি, শান্তিনগৰ, বৰপেটা

যোগাযোগ:- ৯৩৬৫৬১৭৪১৯


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages