বিড়ম্বনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

বিড়ম্বনা

 



বিড়ম্বনা

মৃণালী কাগয়ুং

          


     ৰাজখোৱা পৰিয়াল বুলিলে সেই অঞ্চলত বিখ্যাত। ধনে-জনে-শিক্ষাই-সংস্কৃতিয়ে সন্মানিত ঘৰ। কিন্তু "একালৰ বৃন্দাবন একালত চন" বোলা আপ্তবাক্যশাৰী তেওঁৰ ঘৰত ফলিয়াইছে। তিনিটা একেলগে জন্ম হোৱা পুত্ৰৰ সংসাৰ হোৱাৰ পিছত আজি পঁচাশী বছৰীয়া জীৱনকালত দুবছৰে আনৰ ঘৰত অন্নমুঠি খুজি খোৱাৰ বিড়ম্বনা দেখি সকলোৱে ধিক্কাৰ দিছে তেনে পুত্ৰৰ কোনো প্ৰয়োজন নাই।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages