দলং মনোজ ঠাকুৰীয়াঅক্টোপাছ বাটৰসহস্ৰ হাত৷বাটৰ হাত কাটিবগুৱা বায় সৰীসৃপ নদী৷দলং অ’,বাটৰ হাতত যতেই কটা-ছিঙাতাতেই তই সভ্যতাৰ জোৰা-টাপলি৷৷
No comments:
Post a Comment