শীতৰ প্ৰকোব - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

শীতৰ প্ৰকোব


শীতৰ প্ৰকোব 

লক্ষী প্ৰসাদ ৰেগন



শীতৰ কি আমনি

নীৰৱ নীৰৱ চাৰিওফালে নীৰৱ


মই কি সুহুৰি শুনিছো

এৰা, মই ঠিকেই শুনিছো

জোনাকীৰ বাটে বাটে কোনোবাই আগুৱাই গৈছে


মই বহুদূৰ পিছ পৰিলোনেকি বাৰু

নাই নহয় মোৰ আগে আগে তেওঁ

আৰু

পাছতো কোনোবা আছে

সম্ভৱ মোৰ দৰে নিচুপ


আজি শীতৰ প্ৰকোপ বেছি

তথাপি মোৰ দৃষ্টি

লক্ষ্যৰ পৰিধিৰ পৰা আঁতৰি অহা নাই


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages