পানী আইনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 1, 2023

পানী আইনা

 


পানী আইনা


লক্ষী প্ৰসাদ ৰেগন


পানীত মুখ চাব নোৱাৰি আকাশখন দেখি

ঘূৰি ঘূৰি থকা

এচপৰা ঘোলা মেঘ আৰু এজাক কিনকিনীয়া বৰষুণ


আইনত লুকাব খুজিও লুকাব পৰা নাই

দিনৰ আইনা ফটফটীয়া

ৰাতিৰ আইনা হ'লে বাৰু যেন তেন


পানী আইনাত মেটেকা পুণিবোৰে ঘূৰি ঘূৰি নিজকে চাইছে


পানীয়ে অভিমান কৰি

অ'লৈ ত'লৈ ঠেলি শেলুৱৈ ধৰা আইনাখনত আকৌ আঁকিছে

নীলিম আকাশ


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages